Kostenscout.de
Produkt
  Sortierung:
  Optional: Preisspanne von bis Euro

Osin dweep oxanto xagor oboruddho prem

Osin dweep oxanto xagor oboruddho prem

জেয়াৰ... ।দ্য ডাৰ্ক কণ্টিণেণ্ট ৰূপে খ্যাত আফ্ৰিকাৰ এই অতিশয় ৰহস্যাবৃত অঞ্চললৈ যিয়ে এবাৰ গৈছে উভতি অহাৰ তথ্য আজিলৈ কাৰো হাততেই নাই ।তেনেস্থলত হঠাৎ ড০ অধ্যাপকৰ কিয় এই পৰিকল্পনা ?শেষত পৰিকল্পনা মতেই যাবলৈ সাজু হ‘ল তিষ্যা আৰু ৰবীন ।লগত সহযোগী হিচাপে ওলাল বন্ধু হিমু আৰু যীচু । অভিযানৰ সফল সমাপ্তিৰ পিছতেই তিষ্যা আৰু ৰবীনৰ বিয়াৰ কথা তিষ্যাৰ পিতৃ ড০ অধ্যাপকে অভিযানৰ পূৰ্বেই ঘোষণা কৰিলে ।তাৰ পিছত আৰু উভতি চোৱাৰ সকলোবোৰ পথ অৱৰুদ্ধ।এনেদৰে প্ৰত্যাহ্বান গ্ৰহণৰ বাবে সাজু হ‘ল তিষ্যা,ৰবীন,হিমু আৰু যীচু।ৰঞ্জু হাজৰিকাৰ বহুচৰ্চিত ৰহস্য উপন্যাস ‘অচিন দ্বীপ,অশান্ত সাগৰ আৰু অৱৰুদ্ধ প্ৰেম‘ নামৰ এই গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠাই কঢ়িয়াই নিছে গভীৰ উৎকণ্ঠা, সংশয়, অনিশ্চয়তা আৰু দ্ৰুত পৰিৱৰ্তনশীল আবেগ আৰু ঘটনাপ্ৰবাহৰ শ্বাসৰুদ্ধকাৰী শিহৰণ ।আহঁক, ‘জেয়াৰ‘ৰ অটল ৰহস্যৰ অচীন আন্ধাৰ পৃথিৱীত হেৰাই যোৱা এহাল প্ৰেমিক যুগল আৰু দুই বন্ধুক এই গ্ৰন্থপাঠৰ মাজেৰেই আমি বিচাৰি যাওঁ.....


Angebote zum Artikel

6,99 €*
6,99 € inkl. Versand*
Osin dweep oxanto xagor oboruddho prem
Anbieter: Thalia DE




Die bei uns gelisteten Preise basieren auf Angaben der gelisteten Händler zum Zeitpunkt unserer Datenabfrage. Diese erfolgt einmal täglich. Von diesem Zeitpunkt bis jetzt können sich die Preise bei den einzelnen Händlern jedoch geändert haben. Bitte prüfen sie auf der Zielseite die endgültigen Preise. Die Sortierung auf unserer Seite erfolgt nach dem besten Preis oder nach bester Relevanz für Suchbegriffe (je nach Auswahl).
Für manche Artikel bekommen wir beim Kauf über die verlinkte Seite eine Provision gezahlt. Ob es eine Provision gibt und wie hoch diese ausfällt, hat keinen Einfluß auf die Suchergebnisse oder deren Sortierung. Unser Preisvergleich listet nicht alle Onlineshops. Möglicherweise gibt es auf anderen bei uns nicht gelisteten Shops günstigere Preise oder eine andere Auswahl an Angeboten.
Versandkosten sind in den angezeigten Preisen und der Sortierung nicht inkludiert.


Livesuche | Gutscheine | Datenschutz | Impressum

* - Angaben ohne Gewähr. Preise und Versandkosten können sich zwischenzeitlich geändert haben.
Bitte prüfen sie vor dem Kauf auf der jeweiligen Seite, ob die Preise sowie Versandkosten noch aktuell sind.